নগাঁও
জব্দ কৰা গৰু পুনৰ মোকলাই দিয়াক লৈ প্ৰতিক্ৰিয়া কামপুৰত....
উল্লেখ্য যে শনিবাৰে নিশা নগাঁৱৰ কচুৱাত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল । অভিযান কালত কচুৱা আৰক্ষীয়ে ৯ খনকৈ গৰু ভৰ্তি টাটা ম'বাইল জব্দ কৰাৰ লগতে ১৮ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছিল । ৯ খনকৈ বাহনত জব্দ কৰা গৰুৰ সংখ্যা আছিল প্ৰায় ১০৮ টা।