শিলচৰত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দঃ তিনিজনক গ্রেপ্তাৰ

শিলচৰৰ ফাটক বজাৰত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ। আৰক্ষীৰ তালাচীৰ সময়তে এখন ট্রাকৰ পৰা জব্দ কৰে সুৰাখিনি।

author-image
Asomiya Pratidin
New Update
াীীুপপ বূবূ
  • শিলচৰৰ ফাটক বজাৰত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ
  • আৰক্ষীৰ তালাচীৰ সময়তে এখন ট্রাকৰ পৰা জব্দ কৰে সুৰাখিনি
  • ট্রাকখনেৰে অবৈধভাৱে সৰবৰাহ কৰিছিল ২২২ কাৰ্টন সুৰা
  • ঘটনা সন্দৰ্ভত তিনিজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে 
  • মেঘালয়ৰ পৰা শিলচৰ হৈ মিজোৰামলৈ সৰবৰাহৰ চেষ্টা কৰিছিল সুৰাখিনি
  • জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫০লাখৰো অধিক
শিলচৰ