/asomiyapratidin/media/media_files/2026/02/01/1-2026-02-01-22-37-58.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত পথ দুৰ্ঘটনাৰ হাৰ বৃদ্ধি পাই আহিছে। এইবাৰ নগাঁৱৰ উৰিয়াগাঁৱত সংঘটিত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল এখন বাহন। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰা বাহনখনৰ নম্বৰ AS02- AC 4464 বুলি জানিব পৰা গৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-image-2026-02-01-22-38-22.jpeg)
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় বাহনখনৰ চালকজন। ইপিনে আঘাতপ্ৰাপ্ত চালকজনক স্থানীয় ৰাইজে চিকিৎসা প্ৰদান কৰি আৰক্ষীক চমজাই দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-image-2026-2026-02-01-22-38-43.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us