নগাঁৱৰ আউনিআটিত পথ দুৰ্ঘটনা...

নগাঁৱৰ আউনিআটিত ভয়ংকৰ পথ দুৰ্ঘটনা। একে দিশত আহি থকা এখন মালবাহী ট্ৰাক আৰু ইয়ন বাহনৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱৰ আউনিআটিত ভয়ংকৰ পথ দুৰ্ঘটনা। একে দিশত আহি থকা এখন মালবাহী ট্ৰাক আৰু ইয়ন বাহনৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। 

WhatsApp Image 2026-02-02 at 7.01.45 PM

উল্লেখ্য যে, মালবাহী ট্ৰাকখনত গৈ থকা অৱস্থাত এখন বাহনে খুন্দিয়াই । তাৰ ফলত বাহনখনৰ  এটা অংশ ট্ৰাকৰ তলত সোমাই পৰে। দুৰ্ঘটনাটোত আহত হয় ইয়ন খনত থকা এটি শিশুৰ সৈতে দুজন আৰোহী। ইপিনে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS01GC0102 আৰু ইয়নখনৰ নম্বৰ AS02J0779 বুলি জানিব পৰা গৈছে। 

2

পথ দু্ৰ্ঘটনা নগাওঁ