/asomiyapratidin/media/media_files/2026/02/10/1-2026-02-10-16-14-20.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সংবাদমেল সম্বোধন। সংবাদমেলত নিৰ্বাচনী বিষয়া শেখৰণ ফুকন উপস্থিত থাকে।প্ৰকাশ কৰিলে চূড়ান্ত ভোটাৰ তালিকা। নগাঁও জিলাত ১৫ লাখ ৫১ হাজাৰ ৫৩০ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰে। ইয়াৰে ৭ লাখ ৭৮ হাজাৰ ২০৮ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫২ গৰাকী বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/2fbdeb30-548.png)
উল্লেখ্য যে- ১,৮৬৮ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এছ, আৰ, ৰ ৬ নং ফৰ্মৰ জৰিয়তে ৪৩১২১ গৰাকী নতুন ভোটাৰক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ৪৩,৮৬৭ গৰাকীৰ নাম কৰ্তন হৈছে বুলি মন্তব্য কৰে জিলা আয়ুক্তগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us