/asomiyapratidin/media/media_files/2026/02/10/1-2026-02-10-14-36-26.jpg)
ডিডিটেল ডেস্কঃ দিনক দিনে বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত। এই সংঘাতৰ মাজতে নগাঁৱৰ বঢ়মপুৰত চিকিৎসাৰ অভাৱত মৃত্যুৰ ক্ষণ গনিছে এটা বন্যহস্তীয়ে। বঢ়মপুৰৰ তপতজুৰিত এটা দতাঁল বন্যহস্তীৰ গগন ফলা চিঞৰ।
/asomiyapratidin/media/post_attachments/be9f054a-55c.png)
উল্লেখ্য যে- বিগত এটা সপ্তাহ ধৰি চিকিৎসাৰ অভাৱত চটফটাই বন্যহস্তীটোৱে। কেৱল মাত্ৰ কেইজনমান বনৰক্ষীয়ে পহৰা দিয়াৰ বাদে বৰ্তমানলৈকে ব্যৱস্থা কৰা নাই চিকিৎসাৰ।ইপিনে চিকিৎসাৰ অভাৱত গগনফলা চিৎকাৰ বন্যহস্তীটোৰ।কোনো দুষ্টলোকে ভৰিত আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us