নগাঁৱৰ শ্বহীদ ভৱনত উদযাপন কৰে মহাবীৰ চিলাৰায়ৰ ৫১৬ সংখ্যক জন্ম দিৱস...

মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত অনুষ্ঠিত কৰে মহাবীৰ চিলাৰায়ৰ ৫১৬ সংখ্যক জন্ম জয়ন্তী।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত অনুষ্ঠিত কৰে মহাবীৰ চিলাৰায়ৰ ৫১৬ সংখ্যক জন্ম জয়ন্তী। অনুষ্ঠানটোত ২০২৬ বৰ্ষৰ চিলাৰায় সাহিত্যক বঁটা কেশৱ বৰা আৰু ২০২৬ চিলাৰায় সম্বয়ৰ বঁটা মধু বৰাক প্ৰদান কৰে। লগতে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰিবয়ে লাগিব, বুলি জন্ম জয়ন্তী পালনৰ মঞ্চৰ পৰায়ে চৰকাৰলৈ সকিয়নী মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। 

নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী সকলক জনজাতিক জনজাতিৰ মৰ্যদা নিদিলে ৰৰজপথত তীব্ৰ জংগী আন্দোলন কৰাৰ লগতে ভোট বৰ্জনৰো হুংকাৰ দিয়ে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক ৰাতুল ৰাজবংশীয়ে। 

নগাওঁ