নগাঁও বিশ্ববিদ্যালয়ৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড

নগাঁও বিশ্ববিদ্যালয়ৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

author-image
Asomiya Pratidin
New Update
3
  • নগাঁও বিশ্ববিদ্যালয়ৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড 
  • বিশ্ববিদ্যালয়ৰ চাইকেল ষ্টেণ্ডটত এই অগ্নিকাণ্ড সংঘটিত হয় 
  • চাইকেল ষ্টেণ্ডটোত জুই লেলিহান শিখাই আগুৰি ধৰে 
  • অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই

11-11-24 new 2

নগাওঁ