নগাঁৱৰ কঠিয়াতলীত অগ্নিকাণ্ড

নগাঁৱৰ কঠিয়াতলীত অগ্নিকাণ্ড। নগেন বৰা নামৰ এজন লোকৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত বহু সা-সম্পত্তি।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-07 at 8.27.37 AM
  • নগাঁৱৰ কঠিয়াতলীত অগ্নিকাণ্ড
  • নগেন বৰা নামৰ লোকজনৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ড
  • অগ্নিকাণ্ডত ভস্মীভূত বহু সা-সম্পত্তি
  • বৰ্তমানো অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই

WhatsApp Image 2026-02-07 at 8.27.45 AM

নগাওঁ