/asomiyapratidin/media/media_files/2026/03/04/2-2026-03-04-14-41-13.jpg)
ডিজিটেল ডেস্কঃ আমোলাপট্টি কলংপাৰ জখলাবন্ধা সত্ৰ পথৰ বাসিন্দা শোভা ৰাণী ভূঞাৰ নিজা বাসভৱনত ২৮ ফেব্ৰুৱাৰীত দেহাৱসান হয়। যোৱা দুবছৰে বৃক্কজনিত ৰোগত ভূগি থকা শোভা ৰাণী ভূঞাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/04/whatsapp-ima-2026-03-04-14-41-40.jpeg)
সৰবৰহী, বিশেষকৈ স্থানীয় মালভোগ বাবাৰ থানৰ হৰি মন্দিৰৰ নামতি গৰাকী হেৰুৱাই মহিলা সমাজে দুখ প্ৰকাশ কৰিছে। গাভৰু বয়সত স্থানীয় ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰা ভূঞা চকলাঘাটৰ যোগেশ্বৰ বৰা আৰু সব্যবালা বৰাৰ সাতটি সন্তানৰ ষষ্ঠ কন্যা। সে ইদিনাই নিশা আমোলাপট্টিৰ শিৱস্থান শ্মশানত শেষকৃত সম্পন্ন কৰে মহিলাগৰাকীৰ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us