নগাঁৱত AIUDF ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ

বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱত AIUDF ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ।  SR ৰ সন্দৰ্ভত  এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। নগাঁও নেহেৰুবালিৰ পৰা নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল উলিয়াই  AIUDF ৰ বিষয়ববীয়াসকলে। 

WhatsApp Image 2026-01-29 at 6.24.52 PM

উল্লেখ্য যে, SR ভূৱা অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰক, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ষড়যন্ত্ৰ বন্ধ কৰক, নিৰ্বাচন আয়োগক বিজেপিৰ হাতৰ পুতলা কৰা নচলিব , SR ৰ নামত ভূৱা অভিযোগ বন্ধ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি  উত্তাল কৰি তোলে পৰিৱেশ। 

WhatsApp Image 2026-01-29 at 6.25.27 PM

নগাওঁ