New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
- মাঘ বিহুৰ আনন্দৰ মাজতে নগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- নগাঁৱৰ পশ্চিমাঞ্চলৰ সোণাইবেৰা অঞ্চলত সংঘটিত হত্যাকাণ্ড।
- জিয়াবুৰ ৰহমান নামৰ যুৱকজনক হত্যা সম্পৰ্কীয় ভাতৃৰ।
- ভাতৃ আলাল উদ্দীনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
- যুৱকক ফোন কৰি মাতি নি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
- গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জিয়াবুৰৰ মৃত্যু হয় চিকিৎসালয়ত।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us