গোলাঘাটৰ বেঙেনাখোৱাত বিধ্বংসী অগ্নিকাণ্ড

গোলাঘাটৰ বেঙেনাখোৱাত সংঘটিত ভয়ানক অগ্নিকাণ্ড। বাবুল বৰাৰ তিনিটাকৈ ভাড়াঘৰত এই অগ্নিকাণ্ড সংঘটিত।

author-image
Asomiya Pratidin
New Update
new ap web 11-
  • গোলাঘাটৰ বেঙেনাখোৱা-এৰেঙ্গাপাৰা ৰোডত সংঘটিত ভয়ানক অগ্নিকাণ্ড
  • বাবুল বৰাৰ তিনিটাকৈ ভাড়াঘৰত এই অগ্নিকাণ্ড সংঘটিত 
  • অগ্নিকাণ্ডত ভস্মীভূত তিনিটাকৈ ভাড়াঘৰ
  • এটা ঘৰৰ কিছু সামগ্ৰী অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে যদিও বহু সামগ্ৰী জুইত জাহ যায়
  • তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে 

WhatsApp Image 2026-03-08 at 12.34.46 PM

বিধ্বংসী অগ্নিকাণ্ড অগ্নিকাণ্ড