New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/women-relay.jpg)
ডিজিটেল ডেস্ক :
- কমনৱেলথ গেমছৰ পৰা আহিল আন এক ভাল খবৰ।
- মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ।
- ভাৰতীয় দলটোৰ অন্যতম সদস্য অসম কন্যা হিমা দাস।
- হিটছত ৪৪.৪৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰিলে ভাৰতে।
- হিমাৰ সৈতে দলটোত আছে দুতি, শ্বাৱনী আৰু জ্যোতি।
আৰু পঢ়ক : চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত প্ৰাদেশিকৃত ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us