ভাৰতীয় ক্ৰিকেট দলত কোৰোনাৰ সন্ত্ৰাসঃ এজনৰ পাছত এজন কোৰোনা পজিটিভ..

ভাৰতীয় ক্ৰিকেট দলত কোৰোনাৰ সন্ত্ৰাসঃ এজনৰ পাছত এজন কোৰোনা পজিটিভ..

author-image
asomiyapratidin
New Update
ভাৰতীয় ক্ৰিকেট দলত কোৰোনাৰ সন্ত্ৰাসঃ এজনৰ পাছত এজন কোৰোনা পজিটিভ..

  • এজনৰ পাছত আন এজন ভাৰতীয় ক্ৰিকেটাৰ কোভিড পজিটিভ ৰূপে চিহ্নিহ হৈছে।
  • শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলটোত চলাইছে কোৰোনাই সন্ত্ৰাস।
  • ক্ৰুণাল পাণ্ডিয়া কোভিডত আক্ৰান্ত হোৱাৰ পাছতেই পুনৰ কোভিড পজিটিভ হিচাপে ধৰা পৰিছে আন দুজন ক্ৰিকেটাৰ।
  • য়ুজবেন্দ্ৰ চাহাল আৰু কে গৌতম কোৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে।
  • দুয়োগৰাকী ক্ৰিকেটাৰ পূৰ্বে কোৰোনাত আক্ৰান্ত হোৱা ক্ৰুণাল পাণ্ডিয়াৰ সংস্পৰ্শলৈ আহিছিল।
  • ইফালে ক্ৰুণাল পাণ্ডিয়াৰ সংস্পৰ্শলৈ আহা পৃথিৱী শ্ব, সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঈশান কিষাণকে ধৰি মুঠ ৮ জন ক্ৰিকেটাৰ কোৱাৰেণ্টাইন হৈ আছে।
  • এই ৮ জন ক্ৰিকেটাৰ মাজতেই আছিল চাহাল আৰু গৌতম।