ক্ৰিমিয়াত ড্ৰ'ণেৰে গুলীবৰ্ষণ

৬খনকৈ ড্ৰ'ণেৰে চলাইছিল গুলীবৰ্ষণ কাৰ্য

author-image
Asomiya Pratidin
New Update
ক্ৰিমিয়াত ড্ৰ'ণেৰে গুলীবৰ্ষণ

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত নানান সমস্যাৰে জৰ্জৰিত হৈ আছে দুয়োখন দেশৰ বিভিন্ন চহৰ। এতিয়াও স্বাভাৱিক অৱস্থালৈ অহা নাই ইউক্ৰেইনৰ পৰিৱেশ।

Advertisment

দেশখন যদিও পূৰ্বতকৈ ভালেখিনি সুস্থিৰ হৈছে তথাপিও বিভিন্ন ঘটনা-উপ ঘটনাৰ বাবে সম্পূৰ্ণ সুস্থিৰ হোৱা নাই পৰিৱেশ। অৰ্থনৈতিক পৰিৱেশে হওক নাইবা সামাজিক পৰিৱেশে হওক ক'তো হোৱা নাই সুস্থিৰ বাতাবৰণ।

এনে পৰিপ্ৰেক্ষিত দেশখনৰ ক্ৰিমিয়াত সংঘটিত হৈছে ড্ৰ'ণেৰে গুলীবৰ্ষণ কাণ্ড। বুধবাৰে নিশা ক্ৰিমিয়াৰ বিভিন্ন প্ৰান্তত ড্ৰ'ণেৰে চলাই গুলীবৰ্ষণ। জানিব পৰা মতে ৬খনকৈ ড্ৰ'ণেৰে চলাইছিল গুলীবৰ্ষণ কাৰ্য। অৱশ্যে এই গুলীবৰ্ষণত কোনো লোক নিহত বা আঘাতপ্ৰাপ্ত হোৱা তথ্য পোৱা নাই।

Also Read: উৱলি যাবলৈ ধৰিছে মহাপুৰুষ দুজনাৰ সৃষ্টি সাঁচিপাতৰ পুথিঃ সংৰক্ষণৰ পদক্ষেপ মধুপুৰ সত্ৰৰ

Drones Crimea