/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5592ed49-e872-4bec-b0bb-e5c1d03b6e01/1.jpg)
ডিজিটেল ডেস্কঃ সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও অসমীয়া কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ অফুৰন্ত হেপাঁহ। হংকঙত থাকিও এদল অসমীয়াই উদযাপন কৰিলে হেপাঁহৰ ৰঙালী বিহু। হংকং নিৱাসী প্ৰৱাসী অসমীয়া সমাজৰ লগতে তাত শিক্ষাগ্ৰহণ কৰি থকা এদল শিক্ষাৰ্থীয়ে যুটীয়াভাৱে আয়োজন কৰিলে এই ৰঙালী বিহু।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c0e08c34-8d2a-4afa-97e0-bbbfd09a3264/d0165c62_d4e5_47d0_b837_0c4ae1cab590.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/97db2796-bff6-4037-ba73-6d9fc3661795/812334f9_daea_4691_8cf8_e2d98c37a7a2.jpg)
জৰ্দানত থকা ইণ্ডিয়া ক্লাৱত আয়োজন কৰা এই ৰঙালী বিহুৰ অনুষ্ঠানত হংকঙত থকা প্ৰায়বোৰ অসমীয়া একলগ হয়। এই বিহুখনিত নৃত্য-গীতৰ লগতে অসমৰ ওপৰত আধাৰিত এখনি কুইজ প্ৰতিযোগিতাও আয়োজন কৰা হৈছিল।
Also Read: নিৰ্বাচনী ধামখুমিয়াত "বিদেশী" শব্দটো ক'ৰ'বাত হেৰাই গ'ল!