/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/954bfa26-e8a3-48a9-9dd8-1a71736520cc/pak1.jpg)
ডিজিটেল ডেস্ক : বিগত এটা দশকৰ পিচত প্ৰথমবাৰলৈ বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সুৰক্ষাক লৈ সংশয় বৃদ্ধি পাইছে। আমেৰিকাস্থিত আন্তঃৰাষ্ট্ৰীয় সংগঠন নিউক্লিয়াৰ থ্ৰীট ইনিচিয়েটিভ (এন আই টি)ৰ এখন প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে।
প্ৰতিবেদন অনুসৰি ভাৰততকৈ পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ যথেষ্ট সুৰক্ষিত। বিশ্বৰ ২২খন দেশৰ পাৰমাণৱিক অস্ত্ৰৰ তালিকাত সুৰক্ষাৰ স্থানত ভাৰতে ৪০ নম্বৰেৰে ২০ সংখ্যক স্থানত আছে। ইয়াৰ বিপৰীতে পাকিস্তানে ৬০ নম্বৰেৰে ৰাছিয়া আৰু ইজৰাইলৰ সমানে স্থান লাভ কৰিছে।
Also Read: এইবাৰ CM ভিজিলেন্সৰ জালত ধুবুৰী জিলা পৰিষদৰ বিষয়াঃ জব্দ ২.৫ কোটি...