ফাইনেলত প্ৰবেশ পি ভি সিন্ধুৰ…

ফাইনেলত প্ৰবেশ পি ভি সিন্ধুৰ…

author-image
asomiyapratidin
New Update
ফাইনেলত প্ৰবেশ পি ভি সিন্ধুৰ…

ডিজিটেল ডেস্ক : পি ভি সিন্ধুৱে প্ৰবেশ কৰিলে বেডমিন্টনৰ ফাইনেলত। ছিংগাপুৰৰ জিয়া মিন ইয়'ক ২১-১৯, ২১-১৮ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে সিন্ধুৱে।

Advertisment

আনহাতে, কমনৱেলথ গেমছত ভাৰতৰ নিতু ঘাংহাছে বক্সিঙত লাভ কৰিলে স্বৰ্ণ পদক। মহিলাৰ ৪৫-৪৮ কেজি শাখাত ইংলেণ্ডৰ ডেমি জাদে ৰেষ্টানক পৰাস্ত কৰি আজুৰি আনিলে সোণ। ইয়াৰ উপৰিও ভাৰতীয় মহিলা হকী দলে নিউজিলেণ্ডৰ সৈতে ছেমি ফাইনেল খেলি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে মহিলাৰ ৪X১০০ মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আজি বিয়লি ৪.২৪ বজাত। দলটোত আছে অসমৰ ধিং এক্সপ্ৰেছ হিমা দাস।

আৰু পঢ়ক : পুখুৰীত মাছ নহয়ঃ ওলাইছে বটলে বটলে বিলাতী সুৰা…

india commonwealth games 2022 p v sindhu