/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dae0c382-81a3-4c60-a23c-ebc9fe352cd1/havard.jpg)
ডিজিটেল ডেস্ক : আমেৰিকাৰ প্ৰাচীন উচ্চ শিক্ষানুষ্ঠান হাভাৰ্ড বিশ্ববিদ্যালয়ত চলে মানৱ দেহৰ অংগৰ ব্যৱসায়। মানৱ অংগ বিক্ৰীৰে একাংশই উপাৰ্জন কৰে কোটি কোটি টকা।
জানিব পৰা মতে ৩৮৭ বছৰীয়া ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ মেডিকেল কলেজৰ মৰ্গৰ পৰা মৃতদেহৰ অংগ চুৰি কৰি সেয়া অনলাইনযোগে একাংশই বিক্ৰী কৰে। এই তথ্য পোহৰলৈ অহাৰ পিচতে সমগ্ৰ দেশখনতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
তথ্য অনুসৰি দান কৰা মৃতদেহৰ লাওখোলা,ছাল আৰু বিভিন্ন অংগ কাটি আন্তৰ্জাতিক বজাৰত একাংশই বিক্ৰী কৰি আহিছে। ভাৰতীয় মূল্যত এটা লাওখোলাৰ মূল্য প্ৰায় ৮০ হেজাৰ টকা হ'ব।
Also Read: দেশ-বিদেশৰ সাধু ভক্তৰ সমাগমেৰে উখল-মাখল কামাখ্যা ধাম