১,২৫,০০০ বছৰৰ পিচত সবাতোকৈ উষ্ণ মাহ অক্টোবৰ

১,২৫,০০০ বছৰৰ পিচত সবাতোকৈ উষ্ণ মাহ অক্টোবৰ

author-image
Asomiya Pratidin
New Update
১,২৫,০০০ বছৰৰ পিচত সবাতোকৈ উষ্ণ মাহ অক্টোবৰ

ডিজিটেল ডেস্ক : সুদীৰ্ঘ ১,২৫,০০০ বছৰৰ পিচত সবাতোকৈ উষ্ণ বৰ্ষ হিচাপে পৰিগণিত হৈছে ২০২৩ বৰ্ষ। তাতোকৈও ভয়ংকৰ দিশটো হ'ল চলিত বৰ্ষৰ অক্টোবৰ মাহটো আছিল ১,২৫,০০০ বছৰৰ পিচত সবাতোকৈ উষ্ণ মাহ।

Advertisment

ইউৰোপিয়ান ইউনিয়ন সংস্থা 'কপাৰনিকাছ ক্লাইমেট চেঞ্জ ছাৰ্ভিচ'ৰ দ্বাৰা প্ৰকাশিত এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। যোৱা মাহত বিশ্বজুৰি যিধৰণে অস্বাভাৱিকভাৱে উত্তাপ বৃদ্ধি পাইছিল সেয়া পৰৱৰ্তী বছৰসমূহত আৰু অধিক ভয়াৱহ হ'ব।

Also Read: উৰিয়াগাঁৱত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

climate