মাউন্ট এভাৰেষ্টত কোৰোনাঃ আক্ৰান্ত হৈছে নৰৱেৰ এগৰাকী পৰ্বতাৰোহী…

মাউন্ট এভাৰেষ্টত কোৰোনাঃ আক্ৰান্ত হৈছে নৰৱেৰ এগৰাকী পৰ্বতাৰোহী…

author-image
asomiyapratidin
New Update
মাউন্ট এভাৰেষ্টত কোৰোনাঃ আক্ৰান্ত হৈছে নৰৱেৰ এগৰাকী পৰ্বতাৰোহী…

  • কোভিডে বগালে পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট।
  • নৰৱেৰ এগৰাকী পৰ্বতাৰোহীৰ দেহত ধৰা পৰে কোৰনাৰ উপস্থিতি।
  • আক্ৰান্ত হোৱা পৰ্বতাৰোহী গৰাকীৰ নাম আৰ্লেণ্ড নেছ।
  • হেলিকপ্তাৰেৰ কাঠমাণ্ডুলৈ আনি চিকিৎসালয়ত ভৰ্তি কৰা হয় পৰ্বতাৰোহীজনক।
  • এভাৰেষ্টৰ বেছ' কেম্পত কোৰোনাৰ উপস্থিতি তেঁৱেই প্ৰথম গৰাকী পৰ্বতাৰোহী।