/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/NOVEL.jpg)
- ২০১৯ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰষ্কাৰ ঘোষণা কৰা হয় সোমবাৰে।
- ৩ জন বিশিষ্ট চিকিৎসক বিজ্ঞানীক যুটীয়াভাৱে প্ৰদান কৰা হৈছে এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰষ্কাৰ।
- William G. Kaelin Jr, Sir Peter J. Ratcliffe আৰু Gregg L. Semenzaলৈ আগবঢ়োৱা হৈছে এই পুৰষ্কাৰ।
- প্ৰাণীৰ শৰীৰৰ কোষে কি প্ৰক্ৰিয়াৰে অক্সিজেন গ্ৰহণ কৰে তাক লৈ চলোৱা গৱেষণাৰ বাবে তিনিওলৈ আগবঢ়োৱা হৈছে এই পুৰষ্কাৰ।
BREAKING NEWS:
The 2019 #NobelPrize in Physiology or Medicine has been awarded jointly to William G. Kaelin Jr, Sir Peter J. Ratcliffe and Gregg L. Semenza "for their discoveries of how cells sense and adapt to oxygen availability." pic.twitter.com/6m2LJclOoL
— The Nobel Prize (@NobelPrize) October 7, 2019