New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/majuli-bjp-dr-baruah-jui-nhgreepet.jpg)
প্ৰতীকি ফটো
- মণিপুৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ প্ৰথমটো ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।
- ৬০ জনীয়া বিধানসভাৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ঘোষিত প্ৰথমখন আসন লাভ কৰিছে বিজেপিয়ে।
- দলটোৱে এই পৰ্যন্তলৈকে ২১ খন আসনত আগবাঢ়ি আছে।
- অৱশ্যে এনডিএ মিত্ৰজোটে মুঠ ৩৯ খন আসনত জয়লাভ কৰিছে।