কলিয়াবৰত পুখুৰীত গা ধুৱলৈ গৈ এজনৰ সলিল সমাধি

কলিয়াবৰত পুখুৰীত গা ধুৱলৈ গৈ এজনৰ সলিল সমাধি

author-image
asomiyapratidin
New Update
কলিয়াবৰত পুখুৰীত গা ধুৱলৈ গৈ এজনৰ সলিল সমাধি

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ ঝাওকটাত বৃহস্পতিবাৰে সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৷ পুখুৰীত গা ধুৱলৈ গৈ এজন ব্যক্তিৰ ঘটে সলিল সমাধি ৷ মৃত লোকজন ললিত মাহাতু(৩৫)বুলি জানিব পৰা গৈছে l

Advertisment

পুখুৰীৰ পৰা হাঁহ উঠাই গা ধুবলৈ যাওঁতেই মৃত্যু লোকজনৰ। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনক। জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে।

আৰু পঢ়ক: ২১ বছৰে পেঞ্চনৰ পৰা বঞ্চিত চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল…

assam dead kaliabor