বাহুবলী ৰকেটৰ পৰা বিচ্ছিন্ন হ’ল চন্দ্ৰযান–২, চাওক VIDEO…

বাহুবলী ৰকেটৰ পৰা বিচ্ছিন্ন হ’ল চন্দ্ৰযান–২, চাওক VIDEO…

author-image
asomiyapratidin
New Update
বাহুবলী ৰকেটৰ পৰা বিচ্ছিন্ন হ’ল চন্দ্ৰযান–২, চাওক VIDEO…

  • ২ বাজি ৪৩ মিনিটত অন্ধপ্ৰদেশৰ হৰিকোটাৰ পৰা প্ৰক্ষেপন চন্দ্ৰযান-২।
  • মিনিটত ১১০-১৩০ কি:মি: বেগেৰে উৰা মাৰিলে চন্দ্ৰযান-২।
  • ৩,৮৪,৪০০ কি:মি: অতিক্ৰম কৰি চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিব চন্দ্ৰযান-২।
  • এই যাত্ৰাৰ বাবে লাগিব মুঠ ৪৮ দিন।
  • ৭ ছেপ্টেম্বৰত অৱতৰণ কৰিব চন্দ্ৰত।
  • প্ৰক্ষেপনৰ ১৬.২০ মিনিটত বাহুবলী ৰকেটৰ পৰা বিচ্ছিন্ন হ'ল চন্দ্ৰযান–২।
  • চাওক সেই দৃশ্য-
Advertisment


— ANI (@ANI) July 22, 2019