New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/JOON.jpg)
- ইতিহাস সৃষ্টি কৰি চন্দ্ৰলৈ উৰা মাৰিলে চন্দ্ৰযান-২।
- ২ বাজি ৪৩ মিনিটত অন্ধপ্ৰদেশৰ হৰিকোটাৰ পৰা প্ৰক্ষেপন চন্দ্ৰযান-২।
- মিনিটত ১১০-১৩০ কি:মি: বেগেৰে উৰা মাৰিলে চন্দ্ৰযান-২।
- ৩,৮৪,৪০০ কি:মি: অতিক্ৰম কৰি চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিব চন্দ্ৰযান-২।
- চন্দ্ৰৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব চন্দ্ৰযান ২।
- এই যাত্ৰাৰ বাবে লাগিব মুঠ ৪৮ দিন।
- ৭ ছেপ্টেম্বৰত অৱতৰণ কৰিব চন্দ্ৰত।
- হৰিকোটাৰ পৰা চন্দ্ৰযান-২ প্ৰক্ষেপনৰ সেই মুৰ্হূত-
#WATCH: GSLVMkIII-M1 lifts-off from Sriharikota carrying #Chandrayaan2 #ISRO pic.twitter.com/X4ne8W0I3R
— ANI (@ANI) July 22, 2019