সোমবাৰে স্বদেশলৈ উভতিব ইউক্ৰেইনত গুলীবিদ্ধ হৰজোত সিং

সোমবাৰে স্বদেশলৈ উভতিব ইউক্ৰেইনত গুলীবিদ্ধ হৰজোত সিং

author-image
asomiyapratidin
New Update
সোমবাৰে স্বদেশলৈ উভতিব ইউক্ৰেইনত গুলীবিদ্ধ হৰজোত সিং

ডিজিটেল ডেস্ক: ইউক্ৰেইনত গুলীবিদ্ধ হৈ আহত হোৱা ভাৰতীয় হৰজোত সিং সোমবাৰে উভতিব স্বদেশলৈ। ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা আহি থাকোতেই ৪ টাকৈ গুলী লাগিছিল হৰজোতৰ দেহত।

Advertisment

এই সন্দৰ্ভত মন্ত্ৰী বিকে সিঙে কয় যে অপাৰেশ্যন গংগাৰ অধীনত হৰজোত সিং সোমবাৰে ভাৰতলৈ উভতি আহিব।উল্লেখ্য যে, হৰজোতৰ পাৰপত্ৰও হেৰাইছিল কিন্তু তাৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই খবৰ দিয়ে।


— General Vijay Kumar Singh (@Gen_VKSingh) March 6, 2022

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে আশা কৰো ঘৰৰ খাদ্য আৰু যত্নৰ ফলত তেওঁ সোনকালেই সুস্থ হৈ উঠিব। উল্লেখ্য যে হৰজোত সিং কিয়েভৰ এখন হস্পাতালত ভৰ্তি হৈ আছে।

india ukraine russia