ভাৰতৰ ১৬ অভাৰত ৪টা উইকেটৰ বিনিময়ত ১১২ ৰাণ…

ভাৰতৰ ১৬ অভাৰত ৪টা উইকেটৰ বিনিময়ত ১১২ ৰাণ…

author-image
asomiyapratidin
New Update
ভাৰতৰ ১৬ অভাৰত ৪টা উইকেটৰ বিনিময়ত ১১২ ৰাণ…

ডিজিটেল সংবাদ :

Advertisment
  • ভাৰতৰ ১৬ অভাৰত ৪টা উইকেটৰ বিনিময়ত ১১২ ৰাণ।
  • ১৮টা বলত ১৮ ৰাণ কৰি আউট হয় সূৰ্যকুমাৰ যাদৱ।
  • ভাৰতৰ ১১ অভাৰত ৩টা উইকেটৰ বিনিময়ত ৬৯ ৰাণ।
  • ১৮টা বলত ১২ ৰাণ কৰি আউট ৰোহিত শৰ্মা।
  • ভাৰতৰ ৫০ ৰাণত ২টা উইকেট।
  • ভাৰতৰ ৰাণ : ১৫ ৰাণ, ৩ অভাৰ, ১টা উইকেট।
  • শেষৰতো উইকেট দখল কৰে ভাৰতৰ অৰ্শদীপ সিঙে।
  • ভুৱনেশ্বৰ কুমাৰে ৪টা, হাৰ্দিক পাণ্ডিয়াই ৩টা, অৰ্শদীপ সিঙে ২টা আৰু আৱেশ খানে ১ টা উইকেট দখল কৰে।
  • ১৪৭ ৰাণত ইনিংছ সামৰিলে পাকিস্তানে।
  • ভুৱনেশ্বৰ কুমাৰৰ পুনৰ দুটাকৈ উইকেট।
  • পাকিস্তানৰ ছাদাব খান আৰু নাছিম শ্বাহৰ উইকেট দখল ভূৱনেশ্বৰ কুমাৰৰ।
  • ভাৰত-পাকিস্তান আপডেট : ১৭ অভাৰ, ১১৪ ৰাণ, ৭টা উইকেট
  • পাকিস্তানৰ বৰ্তমান ৰাণ ১১২ ৰাণ, ৬ টা উইকেট।
  • ৭টা বলত ৯ ৰাণ কৰি আউট আচিফ আউট।
  • ভূৱনেশ্বৰ কুমাৰৰ বলত আচিফ আলী আউট।
  • হাৰ্দিকৰ চিকাৰ হ'ল খুচদিল শ্বাহ।
  • হাৰ্দিক পাণ্ডিয়াই ল'লে ৩টাকৈ উইকেট।
  • পুনৰ হাৰ্দিক পাণ্ডিয়াই ল'লে আন এটা উইকেট।
  • ৪৩ ৰাণত পাকিস্তানৰ উইকেট কীপাৰ অপেনিং বেটছমেন মহম্মদ ৰিজৱান আউট।
  • ভাৰতৰ হাৰ্দিক পাণ্ডিয়াৰ বলত ভাৰতৰ ৩টা উইকেট।
  • ইফ্টিকাৰ আহমেদে ২২টা বলত ২৮ ৰাণ কৰি খেল সামৰে।
  • পাকিস্তানৰ বৰ্তমান ৰাণ ৯৬।
  • ৮.২৭ বজাত পাকিস্তানৰ ৰাণ ৬৮, ২ টা উইকেট আৰু ১০ অভাৰ
  • ৪২ ৰাণত পাকিস্তানে হেৰুৱালে দ্বিতীয়টো উইকেট।
  • ফকৰ জামানে ৬টা বলত ১০ ৰাণ কৰি ভাৰতৰ আবেশ খানৰ বলত আউট হয়।
  • সন্ধিয়া ৮.০৪ বজাত ৫ অভাৰ সম্পূৰ্ণ।
  • পাকিস্তানে ১৫ ৰানতেই হেৰুৱাইছিল প্ৰথমটো উইকেট।
  • টীম ইণ্ডিয়াৰ প্ৰথমটো উইকেট দখল কৰে ভূৱনেশ্বৰ কুমাৰে।
  • ৪.৪ অভাৰত পাকিস্তানৰ ৩০ ৰাণ।
  • সন্ধিয়া ৭.৪০ বজাত টচত জিকি পাকিস্তানক বেটিং কৰিবলৈ আহ্বান টীম ইণ্ডয়া।
bcci pakistan india pcv