৩,৩৬,৯২৭ কোটি টকাত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে…

৩,৩৬,৯২৭ কোটি টকাত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে…

author-image
asomiyapratidin
New Update
৩,৩৬,৯২৭ কোটি টকাত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে…

ডিজিটেল ডেস্ক: বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰ। সোমবাৰে টুইটাৰ আৰু এলন মাস্কৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Advertisment

জানিব পৰা মতে এলন মাস্কে ৪৪ আৰৱ ডলাৰ (৩,৩৬,৯২৭ কোটি টকা) ক্ৰয় কৰে টুইটাৰ। এই চুক্তি টুইটাৰৰ ইণ্ডিপেনডেন্ট বোৰ্ডৰ চেয়াৰমেন ব্ৰেট টেলৰ আৰু এলন মাস্কৰ মাজত হয়।

এই চুক্তি হোৱাৰ পাছতেই টুইট কৰি এলম মাস্কে কয় যে "মই আশা কৰো মোৰ সবাতোতকৈ ডাঙৰ সমালোচকে টুইটাৰত থাকিব। কিয়নো মুক্ত ঠাইৰ অৰ্থ এয়াই"।

আৰু পঢ়ক: SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পুনৰ এজনক আটক…

twitter elon musk