/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/gg_R_60318W_Neandertal2.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ মনুষ্য জাতিৰ পূৰ্বপুৰুষ 'ডেনিছোভানছ'-য়ে এক লাভ বছৰ পূৰ্বে এই পৃথিৱীত বাস কৰিছিল। তেওঁলোক দেখিবলৈ কেনেকুৱা আছিল সেই বিষয়ে কেৱল আমি অনুমানহে কৰিছিলো। কিন্তু জেনেটিক ডাটাৰ ব্যৱহাৰেৰে বৈজ্ঞানিকে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিয়াইছে আমাৰ পূৰ্বপুৰুষৰ মুখমণ্ডল।
For first time: Researchers from #Israel reconstructed look of man who became extinct 50,000 yrs ago. Team from the Hebrew University managed to put together complete anatomical profile of Denisova human based on tip of pinky finger only. pic.twitter.com/yCbuGTsJO8
— Eli Dror (@edrormba) September 19, 2019
ইজৰাইলৰজেৰুছলমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ লিৰাণ কাৰ্মেলে কয়- 'আমি ডেনিছোভানছৰ কংকালৰ এনাট'মীৰ দ্বাৰা তেওঁলোক দেখিবলৈ কেনেকুৱা আছিলসেয়া নিৰ্মাণ কৰি উলিয়াইছো। বৰ্তমানৰ মনুষ্য জাতিৰ সৈতে বহু সাদৃশ্যতা আছিলতেওঁলোকৰ। কিন্তু তাৰ লগতে বহু দিশত পৃথকো আছিল।'