শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক

author-image
asomiyapratidin
New Update
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি,  নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক

  • শ্ৰীলংকাৰ ভয়াবহ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি।
  • শ্ৰীলংকাৰ গৃহ বিভাগে সদৰি কৰা মতে, আহত হৈছে ৫ শতাধিক লোক।
  • নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক।
  • ভাৰত, পাকিস্তান, ইংলেণ্ড আদি কেইবাখনো ৰাষ্ট্ৰৰ নাগৰিক নিহত বোমা বিস্ফোৰণত।
  • উল্লেখ্য যে, দেওবাৰে পুৱা সংঘটিত হৈছিল ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণ।
  • এখন পঞ্চতাৰকাযুক্ত হোটেল আৰু গীৰ্জা ঘৰত সংঘটিত হৈছিল বিস্ফোৰণ।
  • বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত পঞ্চতাৰকাযুক্ত হোটেলখনত বাহৰ পাতি আছিল বিদেশী নাগৰিকসকল।