মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা...

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা...

author-image
Asomiya Pratidin
New Update
মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা...

ডিজিটেল ডেস্কঃ মোজাম্বিকত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাটোত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু হৈছে। মোজাম্বিকৰ নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

Advertisment

উল্লেখযোগ্য যে ফেৰীখনত সৰ্বমুঠ ১২০জন যাত্ৰী আছিল। এই পৰ্যন্ত মাত্ৰ ৫জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ সময়তে নামপুলা উপকূলত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।

Also Read: বোকাখাতত নিৰ্বাচনী সজাগতা অভিযান: পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকৰ নেতৃত্বত চাইকেল ৰেলী

international muzambique boat accident