/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/04b772d5-672b-4fe6-b9ca-01c227f81de8/bangladesh_07.jpg)
বাংলাদেশত ভয়ংকৰ বোমা বিস্ফোৰণঃ ১৪ জনৰ মৃত্যু, ১০০ ৰো অধিক আহত...
বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ বোমা বিস্ফোৰণ।
ঢাকাৰ গালিস্তান এলেকাৰ এটা অট্টালিকাত সংঘটিত হৈছে এই বোমা বিস্ফোৰণ।
বিস্ফোৰণত এই পৰ্যন্ত ১৪জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য ।
আনহাতে আহত হৈছে ১০০ৰো অধিক লোক।
বিয়লি ৪ বজাত সংঘটিত হৈছে এই বোমা বিস্ফোৰণ।
আহতসকলক ঢাকা মেডিকেল কলেজত ভৰ্তি
#UPDATE | Bangladesh: Death toll due to an explosion at a six-storey building in Dhaka rises to 15, reports local media
— ANI (@ANI) March 7, 2023