নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন, আহত বহুতো…

নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন, আহত বহুতো…

author-image
asomiyapratidin
New Update
নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন, আহত বহুতো…

  • মাৰ্কিন যুক্তৰাষ্ট্র চিকাগোট অস্ত্রধাৰীৰ গুলীচালনা।
  • বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬জন।
  • ৪ জুলাইত সংঘটিত হয় এই ঘটনা।
  • ভয়ংকৰ গুলীচালনাটোত আহত ৩০জনতকৈ অধিক।
  • স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্রহণকাৰীলৈ লক্ষ্য কৰি এই গুলীচালনা।
  • ২২ বছৰীয়া লবাৰ্ড ই ক্রিম' নামৰ যুৱকজনক গ্রেপ্তাৰ।
america shooting