New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- ইউক্ৰেইনত পুনৰ প্ৰাণ হেৰুৱালে ভাৰতীয় ছাত্ৰই।
- মৃত্যু হোৱা ছাত্ৰ জন পঞ্জাৱৰ বৰনালাৰ বুলি জানিব পৰা গৈছে।
- চন্দন জিন্দাল নামৰ যুৱকজন চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছিল ইউক্ৰেইনত।
- তেওঁৰ পিতৃয়ে ভাৰত চৰকাৰক মৃতদেহ ঘূৰাই অনাৰ বাবে আহ্বান জনাইছে।
- জানিব পৰা মতে, জিন্দল ইস্কিমিক ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পিছত জৰুৰীকালীন চিকিৎসালয় ভিনিৎচিয়া (কিয়েভস্কা ষ্ট্ৰীট ৬৮)ত ভৰ্তি কৰোৱা হৈছিল।
- কিন্তু বুধবাৰে মৃত্যুক সাৱতি লয় যুৱজনে।