২০১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ ঘোষণা…

২০১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ ঘোষণা…

author-image
asomiyapratidin
New Update
২০১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ ঘোষণা…

  • ২০১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ ঘোষণা।
  • তিনিজন বিজ্ঞানীক যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই পুৰষ্কাৰ।
  • এই বৰ্ষৰ নোবেল পুৰষ্কাৰ লাভ কৰা কানাডিয়ান-আমেৰিকান বিজ্ঞানীকেইজন হৈছে James Peebles, Michel Mayor আৰু Didier Queloz।
  • বিশ্ব ব্ৰক্ষাণ্ডৰ বিকাশ আৰু তাত পৃথিৱীৰ স্থানৰ সম্পৰ্কে চলোৱা গৱেষণাৰ বাবে বিজ্ঞানীকেইজনক আগবঢ়োৱা হৈছে এই সন্মান।
Advertisment


— The Nobel Prize (@NobelPrize) October 8, 2019