/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-06/9f7tq491/5.jpg)
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা অব্যাহত
ভোটগণনাত আগবাঢ়ি আছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কমলা হেৰিছেও
এই পৰ্যন্ত ড'নাল্ড ট্ৰাম্পে লাভ কৰিছে ১৯৫ টা ইলেক্ট'ৰেল ভোট
১১৩ টা ইলেক্ট'ৰেল ভোট লাভ কৰিছে কমলা হেৰিছে
জয়লাভৰ বাবে প্ৰয়োজন মুঠ ২৭০ টা ইলেক্ট'ৰেল ভোট
Also Read: মেৰাপানীত সুৰামত্ত নগাৰ তাণ্ডৱঃ নগাৰ আক্ৰমণত আহত অসমীয়া ক্ষুদ্ৰ ব্যৱসায়ী...