বাইচুং ভুটীয়াক পৰাস্ত কৰি সভাপতি পদত কল্যাণ চৌবেৰ…

বাইচুং ভুটীয়াক পৰাস্ত কৰি সভাপতি পদত কল্যাণ চৌবেৰ…

author-image
asomiyapratidin
New Update
বাইচুং ভুটীয়াক পৰাস্ত কৰি সভাপতি পদত কল্যাণ চৌবেৰ…

ডিজিটেল ডেস্কঃ বিভিন্ন বাধা-বিঘিনি পাৰ কৰি অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় ফুটবলৰ সংস্থাৰ নিৰ্বাচন। সভাপতি পদৰ বাবে একাধিক বাৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটীয়াই। অন্যহাতে একেটা পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মোহন বাগানৰ প্ৰাক্তন ফুটবলাৰ কল্যাণ চৌবেৰে।

Advertisment

শুকুৰবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ৩৩ টা ভোটৰ ব্যৱধানত বাইচুং ভুটীয়াক পৰাস্ত কৰি কল্যাণ চৌবেৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি পদত অধিষ্ঠিত হয়।

আৰু পঢ়কঃ এখন নামফলকক লৈ লখিমপুৰত বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ মাজত শীতল যুঁজ

india football baisung bhutiya