আফগানিস্তানত ভূমিকম্পৰ ধ্বংসলীলাঃ চাৰিদিনত চাৰিবাৰকৈ ভূমিকম্পৰ জোকাৰণি

আফগানিস্তানত ভূমিকম্পৰ ধ্বংসলীলাঃ চাৰিদিনত চাৰিবাৰকৈ ভূমিকম্পৰ জোকাৰণি
Published on
Updated on

ডিজিটেল ডেস্কঃ আফগানিস্তানত অব্যাহত আছে ভূমিকম্পৰ ধ্বংসলীলা। পুনৰ আন এক ভূমিকম্পই জোকাৰি গৈছে দেশখনক। বুধবাৰৰ পুৱাই ৬.৩ ৰিখটাৰ ভূমিকম্পই জোকাৰি যায় আফগানিস্তানক। দেশখনৰ উত্তৰ-পশ্চিম অংশত জোকাৰে এই ভূমিকম্পই।

উল্লেখ্য যে, বিগত ৪দিনত দেশখনত এয়া চতুৰ্থটো ভূমিকম্প। বিধ্বংসী ভূমিকম্পত নিহত হৈছে হাজাৰ হাজাৰ লোক। ৯ অক্টোবৰত হোৱা বিধ্বংসী ভূমিকম্পৰ উদ্ধাৰ অভিযান মাৰ নৌযাওঁতেই পুনৰ এই ভূমিকম্পই দেশখনক জোকাৰি যোৱাত তথৈৱচ অৱস্থাৰ সৃষ্টি হৈছে।

আফগানিস্তানত ভূমিকম্পৰ ধ্বংসলীলাঃ চাৰিদিনত চাৰিবাৰকৈ ভূমিকম্পৰ জোকাৰণি
মহানগৰীত এফালে কোটি টকাৰ গাঞ্জা আনফালে লাখটকাৰ জালনোটসহ জব্দ প্রিণ্টিং মেচিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in