শ্ৰীলংকা নৌসেনাই গ্ৰেপ্তাৰ কৰিলে ১৬ গৰাকী ভাৰতীয় মাছমৰীয়াক…

শ্ৰীলংকা নৌসেনাই গ্ৰেপ্তাৰ কৰিলে ১৬ গৰাকী ভাৰতীয় মাছমৰীয়াক…

author-image
asomiyapratidin
New Update
শ্ৰীলংকা নৌসেনাই গ্ৰেপ্তাৰ কৰিলে ১৬ গৰাকী ভাৰতীয় মাছমৰীয়াক…

ডিজিটেল ডেস্ক: সামুদ্ৰিক সীমা উলংঘন কৰাৰ অভিযোগত শ্ৰী লংকাৰ নৌসেনা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে ১৬ ভাৰতীয় মাছুৱৈক। জানিব পৰা মতে এই আটাই কেইগৰাকী মাছুৱৈ তামিলনাডুৰ।

তামিলনডুৰ মৎস পালন বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি এই মাছুৱৈ সকল পৃথক-পৃথক ঠাইত গ্ৰেপ্তাৰ হৈছে।ইয়াৰ লগতে শ্ৰী লংকা নৌসেনাই বিভিন্ন সামগ্ৰীও জব্দ কৰে।ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহতো শ্ৰীলংকাৰ নৌসেনাই তামিলনাডুৰ কেইবাগৰাকী নৌসেনাক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, বিভিন্ন সময়ত বহু নৌসেনা গ্ৰেপ্তাৰ হয়। এই মাছুৱৈ সকলক কেতিয়া কেনেকৈ মুকলি কৰি দিব এতিয়াও স্পষ্ট হোৱা নাই।

india sri lanka