agricultural department
কাজলগাঁৱৰ "কিষান মেলা - ২০২৫"ত শতাধিক কৃষকৰ অংশগ্ৰহণ
কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ সহযোগত কাজলগাঁৱত জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় চৌহদত দুদিনীয়া কাৰ্য্যসূচীৰে জিলা ভিত্তিক "কিষান মেলা - ২০২৫" অনুষ্ঠিত হয় ৷ শুভ উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ।