গোৱালপাৰাত কৰুণ ঘটনাঃ বন্যহস্তীৰ গচকত পিতৃ-মাতৃৰ সৈতে কন্যাৰ মৃত্যু…

গোৱালপাৰাত কৰুণ ঘটনাঃ বন্যহস্তীৰ গচকত পিতৃ-মাতৃৰ সৈতে  কন্যাৰ মৃত্যু…
  • গোৱালপাৰাৰ শালবাৰীত কৰণ ঘটনা।
  • শালবাৰীৰ দ্বিতীয় খণ্ডত বন্য হস্তীৰ আক্ৰমণ।
  • বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ তিনিজন।
  • তিনিওজনৰে বন্যহস্তীৰ গচকত মৃত্যু।
  • নিহতসকল ক্ৰমে মমিন আলী, জহুৰা বিবি আৰু জৰিমন বিবি।
  • ইয়াৰে জহুৰা বিবি মমিন আলীৰ পত্নী আৰু জৰিমন বিবি কন্যা।
  • ইয়াক উপৰিও অঞ্চলটোত হাতীয়ে ভাঙিলে ১০ টাকৈ বাসগৃহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in