অচিৰেই সূৰ্যৰ কাষ চাপিব ‘পাৰ্কাৰ ছ’লাৰ প্ৰ’ব’

অচিৰেই সূৰ্যৰ কাষ চাপিব ‘পাৰ্কাৰ ছ’লাৰ প্ৰ’ব’

author-image
asomiyapratidin
New Update
অচিৰেই সূৰ্যৰ কাষ চাপিব ‘পাৰ্কাৰ ছ’লাৰ প্ৰ’ব’

ডিজিটেল ডেস্কঃ অচিৰেই সূৰ্যৰ কাষ চাপিব নাছাৰ মহাকাশযান 'পাৰ্কাৰ ছ'লাৰ প্ৰ'ব'। সূৰ্যৰ তাপমাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ১.৫ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক মহাকাশযানখন।

Advertisment

যানখন ১১ আগষ্টত ভাৰতীয় সময় অনুসৰি দিনৰ ৩.৩৩ বজাত যাত্ৰা আৰম্ভ কৰিব। সূৰ্যৰ তাপমাত্ৰাৰ সৈতে মোকাবিলা কৰিব পৰা উচ্চক্ষমতা সম্পন্ন এই যানখনৰ জৰিয়তে সূৰ্যৰ উপৰিভাগৰ তাপমাত্ৰাৰ বাতাবৰণৰ সৰ্ম্পকে তথ্য লাভ কৰিব পৰা যাব।