‘বাবুৰাওঁ’ আক্ৰান্ত কোৰোনাত…

‘বাবুৰাওঁ’ আক্ৰান্ত কোৰোনাত…

author-image
asomiyapratidin
New Update
‘বাবুৰাওঁ’ আক্ৰান্ত কোৰোনাত…

ডিডিটেল ডেস্কঃ এইবাৰ কোৰোনাই পালে বলিউদৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালক। শেহতীয়াকৈ টুইটাৰযোগে এই কথা সদৰি কৰিছে অভিনেতা তথা ৰাজনৈতিক নেতা গৰাকীয়ে। শেহতীয়াকৈ কৰা পৰীক্ষাত পৰেশ ৰাৱালৰ দেহত ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি। অভিনেতাগৰাকীয়ে টুইটাৰযোগে বিগত ১০টা দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্যপৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছে।