শিক্ষা-প্ৰযুক্তি কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যৰ আন এগৰাকী চিকিৎসকৰ মৃত্যু… কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যৰ আন এগৰাকী চিকিৎসকৰ মৃত্যু… asomiyapratidin 03 Oct 2020 11:54 IST Follow UsNew Updateকোৰোনাত আক্ৰান্ত হৈ ৰাজ্যৰ আন এগৰাকী চিকিৎসকৰ মৃত্যু।শিৱসাগৰৰ বিশিষ্ট চিকিৎসক ডাঃ কনক চাংমাইৰ বিয়োগ।শনিবাৰে পুৱা মৃত্যু হয় ডাঃ কনক চাংমাইৰ।বিশিষ্ট চিকিৎসকগৰাকীৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক