New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- অসম চৰকাৰৰ মন্ত্ৰী বিধায়কৰো ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত।
- ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
- কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনালে বিৰোধী দলৰ দলপতিসকলেও।
- এটা বছৰলৈ ৩০ শতাংশ দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
- প্ৰতিটো সমষ্টিত ৫০ টা পৰিয়ালক ১০০০ টকাকৈ সাহা্য্য প্ৰদান কৰাৰ সিদ্ধান্তগ্ৰহণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us