শিক্ষা-প্ৰযুক্তি ২০১৯ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কেতিয়া ? ২০১৯ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কেতিয়া ? asomiyapratidin 18 Jan 2019 10:48 IST Follow UsNew Update২১ জানুৱাৰীত ২০১৯ বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ।এই চন্দ্ৰগ্ৰহণ পৰিলক্ষিত নহয় ভাৰতত।ভাৰতীয় সময় অনুসৰি পুৱা ৮:০৬ বজাৰ পৰা আৰম্ভ হৈ ১:১৮ বজাত সমাপ্ত হ'ব চন্দ্ৰগ্ৰহণ।যোৱা ৬ জানুৱাৰীত হৈছিল ২০১৯ বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহণ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক