0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বাৰ্ধক্য কিম্বা শাৰীৰিক জঠৰতাই কিঞ্চিতো তলাব নোৱাৰা এগৰাকী ব্যক্তি । সুস্থ দেহ প্ৰত্যয়ী মন আৰু লক্ষ্য প্ৰাপ্তিৰ দুৰন্ত হেঁপাহে এইগৰাকী ৬০ঊৰ্ধ ব্যক্তিক কৰি তুলিছে দুৰন্ত তৰুণ। মানুহজনৰ নাম ভূপেন লিকচন । তিনিচুকীয়া জিলাৰ তিৰাপ মৌজাৰ খাৰাংকং গাঁওৰ নিবাসী এই গৰাকী বয়স্ক গাত ৰ'দ বৰষুণ নলগা ব্যক্তিয়ে অদহে বদহে চাইকেল চলাই ঘূৰি ফুৰিছে ইস্পিত লক্ষ্য প্ৰাপ্তিৰ হেতু।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব