0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শিলচৰ- লামডিং পাহাৰীয়া ৰে'লপথত সোমবাৰে পুনৰ ভূমিস্খলন সংঘটিত হোৱাৰ বাবে ৮ খনকৈ যাত্ৰীবাহী ৰে'লৰ চলাচল বাতিল কৰা হৈছে। পাহাৰীয়া পথটোৰ ডাউটোহাজা আৰু মুপা ষ্টেচনৰ মাজত পুৱা পাহাৰৰ মাটি খহি ৰে'লপথটো পুনৰ বন্ধ হৈ পৰিছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব